Sunday, May 19, 2024
কুকুৰে কামুৰিলে কি কৰিব? আপুনি এফালে ওলাই গৈ আছিল। হঠাতে কুকুৰে কামুৰিলে। ওচৰত চিকিৎসালয় নাই। যাবলৈ বহু দুৰ। এনেকুৱা অৱস্থাত আপুনি কি কৰিব? প্ৰথম কথা আপুনি অলপো ভয় নাখাব। বিপদত ভয় খালে বুদ্ধি হেৰাই যায়। সব কুকুৰৰ গাতে Rabies virus নাথাকে।...
সাৱধান আপোনাৰ চকুৰ নোমত থাকিব পাৰে ভয়ংকৰ পোকঃ কঠিত আছে যে মানৱ শৰীৰ বিভিন্ন ব্যধিৰ মন্দিৰ। জীৱন কালত মানুহৰ দেহত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ বেমাৰে বাঁহ লৈ ব্যতিব্যস্ত কৰি তোলে। বিভিন্ন ধৰণৰ বেক্টেৰীয়া, মাইক্ৰ বেক্টেৰীয়া, ভাইৰাছ, ফাংগাছ আদিয়েই এই...
আদাও হব পাৰে মাৰাত্মক! খাদ্য হিচাপে আদাৰ উপকাৰিতাৰ বিযয়ে নজনা ব্যক্তি হয়তো কমেই ওলাব। বিভিন্ন খাদ্যৰ উপাদানত আদাক এক উৎকৃষ্ট মচলা ৰুপে ব্যৱহাৰ কৰা হয়। শৰীৰত হোৱা বিষ নিৰাময়, হজম শক্তিৰ সম্যা দূৰকৰা, ঠাণ্ডা লগা আদি সমস্যা দূৰকৰাত আদাই গুৰুত্বপূৰ্ণ...
কিডনী পাথৰ হলে কি খাব আৰু কি কি খাব নালাগেঃ বৰ্তমান সময়ত কিডনীৰ বেমাৰৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাব ধৰিছে। বিশ্বৰ ২০ শতাংশ লোক ক্ৰনিক কিডনী বেমাৰত ভোক্তভুগি হোৱা দেখা গৈছে। এই কিডনী ৰোগৰ ভিতৰত অন্যতম হ’ল মূত্ৰ পাথৰী। কিডনী...
গেষ্ট্ৰিক বা এচিডিটিৰ হোমিঅ চিকিৎসা কেতিয়াবা বুকুত জ্বলা পোৰা, টোঙা উগাৰ, বমি বমি ভাৱ, পেটত ভূট ভূট শব্দ কৰা, বমি হোৱা আদি লক্ষণে প্ৰায় সকলো মানুহকে আমনি কৰা পৰিলক্ষিত হয়। পেট, বুকু আৰু ডিঙিত জ্বলা পোৰা, তেঙা, তিতা পানিৰে বমি...
অমৰ লতা বা শগুণী লতা কেনেকৈ খাব অমৰ লতা বা শগুণী লতাৰ ঔষধী গুণৰ বিষয়ে ইতিমধ্য মোৰ এটা প্ৰৱন্ধত উল্লেখ কৰিছিলো আৰু সেই প্ৰবন্ধটো পঢ়াৰ পাছত বহু সদাসয় ব্যক্তিয়ে ১০০ তকৈও বেছি বেমাৰৰ মহৌষধী এই লতাবিধ কেনেকৈ সেৱন কৰিব সেই...
অশান্তি দায়ক মুখৰ দুৰ্গন্ধ কেনেকৈ আতৰাবঃ কেতিয়াবা উৎসৱ প্ৰাৱনত আপুনি বন্ধুবান্ধৱৰ লগত আনন্দপূৰ্ণ মূৰ্হুত্ত উপভোগ কৰি আছে আৰু আপোনাৰ বাবে হয়তো আপোনাৰ বন্ধু মহলে অস্বন্তিত পৰিব লগা হৈছে। অথবা আপোনি আপোনাৰ প্ৰিয়জনৰ লগত অন্তৰংগ মূৰ্হুত্ত উপভোগ কৰি আছে আৰু আপোনাৰ...
প্ৰস্ৰাৱ নলীত হোৱা সংক্ৰমণ ইয়াৰ কাৰণ, লক্ষণ আৰৰু লবলগা সাৱধানতাঃ প্ৰস্ৰাৱ নলীত হোৱা সংক্ৰমণ সমস্যা শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে হয় যদিও কিন্তু মহিলাসকলহে এই সমস্যাত বেছিকৈ ভাৰক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়। এই সংক্ৰমণৰ বাবে প্ৰস্ৰাৱ নলীৰ বিষ, পোৰণি আৰু খজুৱতী...
ওজন কমাবৰ বাবে ১২০০ কেলৰিৰ বিশেষ ডাইট প্ৰৰ্ণালীঃ বৰ্তমান সময়ত অতি ব্যাপক ভাবে দেখা দিয়া এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা হল শৰীৰৰ ওজন বৃদ্ধি বা মেদ বহুলতা। আমাৰ ওজনৰ মাত্ৰা সদায় একে নাথাকে, কেতিয়াবা বাঢ়ি যায়। ওজন বঢ়াৰ লগে লগে কমাবলৈ...

Recent Posts