Friday, March 29, 2024
Home সাংস্কৃতিক

সাংস্কৃতিক

কবিতা

কবিতা মোৰ প্ৰিয় নাৰী তুমি! জানো তোমাৰ চহৰত হাজাৰ চন্তৰী! তোমাৰ ভালপোৱাৰ নিৰ্যাস বিছাৰি তোমাৰ নিষিদ্ধ চহৰত প্ৰবেশ কৰা মই অবৈধ নাগৰীক! তোমাৰ নয়নাভিৰাম চহৰৰ সৌন্দৰ্যই বলীয়া কৰে মোক! মই উম্মাদ হওঁ! তোমাৰ ঘন ঘোৰ আৰণ্যৰ বাবে! তোমাৰ বুকুক বৈ থকা নৈৰ উঠা নমা ঢৌবোৰত আলফুলে হাত বুলাই তোমাক উম্মাদ কৰি দিব মন...
টেম্বুৱনী জানৰ বান্ধ আৰু শান্তীসতী ৰাধিকা বৰদোৱাৰ বাসীন্দা সকলৰ মিনতিত গুৰু শঙ্কৰদেৱে বাৰিষা কালত টেম্বুৱানী জানত বান্ধ এটা দিয়াৰ পৰিকল্পনা কৰিলে৷ যিহেতু সেই জানটোৰ সোঁতে বাৰিষা কালত বৰদোৱাবাসীৰ শস্য পথাৰ নষ্ট কৰাৰ ওপৰিও ঘৰ বাৰী বুৰাই পেলাইছিল৷ সেইয়েহে বৰভূঞা শঙ্কৰদেৱৰ...
শ্ৰীমন্ত শঙ্কৰদেৱ মানুহৰ পূৰ্ণ সংস্কৃতিৰ প্ৰতীক ‘মহাপুৰুষ(শঙ্কৰদেৱ) এজন বিশিষ্ট শিল্পী আছিল, একেজন পুৰুষতে ইমান শিল্পৰ প্ৰাচুৰ্য দেখি স্তম্ভিত হ'ব লাগে। তেওঁ গীত, বৰগীত ৰচনা কৰিছিল, কাব্য-নাটক ৰচনা কৰিছিল, গদ্য-পদ্যৰ মাজেৰে ধৰ্ম-তত্ব ব্যাখ্যা কৰিছিল। অকল সেয়ে নহয় অঙ্কীয়া নাট মঞ্চস্থ কৰিবলৈ...
সতী ৰাধিকা চৰকাৰী বঁটাপ্ৰাপক প্ৰথম মহিলা ইভলিনটিচ সাজেম জাতিংগা প্ৰকৃতিৰ মনোৰম সৃষ্টি পাহাৰীয়া সেউজী সৌন্দৰ্য্যৰে পৰিপূৰ্ণ দিমাহাচাও জিলাৰ চৰাইৰ অনাকাংক্ষিত এক কবৰখানা! এই দুৰ্গম অঞ্চলৰ বিশিষ্টা সমাজসেৱীকা দিমহাচাও জিলাৰ প্ৰথম গৰাকী জনজাতীয় মহিলাক যি গৰাকী মহিলাই নানান সমস্যা,বাধা বিঘিনিৰ মাজেৰে জাতিংগাৰ মহিলা...

Recent Posts