অমৰ লতা গছ, Tinospora Cordifalia
অমৰ লতা, শগুণী লতা, হিন্দীত গিলয়, বৈজ্ঞানিক- Tinospora Cordifalia
অমৰ লতা পাত
অমৰ লতাৰ পাত দেখাত আমাৰ সকলোৰে বাৰীত থকা পানৰ দৰে একেই।
অমৰ লতা গা গছ
অমৰ লতাৰ পুৰঠ ডালবোৰ খহতা, দেখাত সৰু সৰু কাইটৰ দৰে।
অমৰ লতাৰ বৈশিষ্ট
ই যিহেতু লতা গতিকে ইয়াক বগাবলৈ অৱলম্বন লাগিব- এই লতা অন্য গছত পান অথবা পাত আলোৰ দৰে বগাই যায়।
অমৰ লতা কেনেকৈ হয়?
অমৰ লতাৰ যিকোনো অংশ মাটিত পুটি থলে বা পেলাই থলেই সহজতে গজে।
খৰালি দিনত ইয়াৰ পাতবোৰ খৰি যায় আৰু বাৰিষা পুনৰ ঠন ধৰি উঠে।
অমৰ লতাৰ ঔষধী গুণৰ জানিবৰ বাবে তলৰ লিংকত ক্লিক কৰক
অমৰ লতা কেনেকৈ খাব জানিবলৈ তলৰ লিংটোত ক্লিক কৰক
https://drhariswellfuture.com/2020/07/27/অমৰ-লতা-বা-শগুণী-লতা-কেনেক/
Kesa gosor thari dal keneke khabo lage ?
Bor tita dekhun..
Jonabo sun
Mur tat thari dal ase