অমৰ লতা
স্বাস্থ্য
অমৰলতা ডায়েবেটিছ ৰোগীয়ে কেনেকৈ খাব
অমৰলতা ডায়েবেটিছ ৰোগীয়ে কেনেকৈ খাবঃ-ডায়েবেটিছ ৰোগত অমৰ লতাৰ চম-কাৰী প্ৰভাৱ আছে। এই লতাজাতীয় উদ্ভিধবিধৰ বৈজ্ঞানিক নাম Tinospora Cordifolla। ইতিমধ্য়ে ডেংগু, মেলৰীয়া, আদিকে ধৰি অন্য়ান্য়...
স্বাস্থ্য
অমৰ লতা গছ
অমৰ লতা গছ, Tinospora Cordifalia
অমৰ লতা, শগুণী লতা, হিন্দীত গিলয়, বৈজ্ঞানিক- Tinospora Cordifaliaঅমৰ লতা পাত
অমৰ লতাৰ পাত দেখাত আমাৰ সকলোৰে বাৰীত থকা পানৰ দৰে...
স্বাস্থ্য
অমৰ লতা, শগুণী লতা, অমৃতা বা গিলোয়ৰ ঔষধী গুণ
অমৰ লতা, শগুণী লতা, অমৃতা বা গিলোয়ঃ
অমৰ লতা কি কি শাৰীৰিক সমস্যাত ব্যৱহাৰ হয়?অমৰলতাধাতুদূৰ্বল
যৌন দূৰ্বলতা
প্ৰেস্বাৱ জ্বলা পোৰা
গেষ্ট্ৰিক
কোষ্ঠকাঠিন্য
উচ্চ ৰক্তচ্চাপ
শৰীৰৰ মেদবহুলতা বা অতিৰিক্ত ছৰ্বী নিয়ন্ত্ৰণ
মেলেৰীয়া
টায়েফয়েদ জ্বৰ
বাত...