অমৰ লতা গছ

অমৰ লতা গছ, Tinospora Cordifalia

অমৰ লতা, শগুণী লতা, হিন্দীত গিলয়, বৈজ্ঞানিক- Tinospora Cordifalia

অমৰ লতা পাত

অমৰ লতাৰ পাত দেখাত আমাৰ সকলোৰে বাৰীত থকা পানৰ দৰে একেই।

অমৰ-লতা-গা-গছ
অমৰ লতা গা গছ

অমৰ লতা গা গছ

অমৰ লতাৰ পুৰঠ ডালবোৰ খহতা, দেখাত সৰু সৰু কাইটৰ দৰে।

অমৰ লতাৰ বৈশিষ্ট

ই যিহেতু লতা গতিকে ইয়াক বগাবলৈ অৱলম্বন লাগিব- এই লতা অন্য গছত পান অথবা পাত আলোৰ দৰে বগাই যায়।

অমৰ লতা কেনেকৈ হয়?

অমৰ লতাৰ যিকোনো অংশ মাটিত পুটি থলে বা পেলাই থলেই সহজতে গজে।

খৰালি দিনত ইয়াৰ পাতবোৰ খৰি যায় আৰু বাৰিষা পুনৰ ঠন ধৰি উঠে।

অমৰ লতাৰ ঔষধী গুণৰ জানিবৰ বাবে তলৰ লিংকত ক্লিক কৰক

অমৰ লতা, শগুণী লতা, অমৃতা বা গিলোয়ৰ ঔষধী গুণ

অমৰ লতা কেনেকৈ খাব জানিবলৈ তলৰ লিংটোত ক্লিক কৰক

https://drhariswellfuture.com/2020/07/27/অমৰ-লতা-বা-শগুণী-লতা-কেনেক/ ‎

অমৰ লতা
অমৰ লতা

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles