মদ এৰাৰ সহজ উপায়ঃ

৩০ দিনত মদখোৱাৰ বদ অভ্যাস এৰকঃ

মদ-এৰিব-কেনেকৈ
মদ এৰিব কেনেকৈ
ৰ্তমান সময়ত এনে বহু ব্যক্তি আছে যি নেকি নিজৰ মদ্য প্ৰাণৰ বদ অভ্যাষৰ বাবোই ঘৰসংসাৰৰ লগতে নিজৰ জীৱনো দুৰ্বিশহ কৰিতুলে।এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি পৃথিৱীত মৃত্যু হোৱা ১৮ জন মানুহৰ ১ জন মদখোৱাৰ বাবেই মৃত্যু হয়। পথ দূৰ্ঘটনাৰ মুখ্যকাৰণটো মদ্যপ্ৰাণ কৰি গাড়ীচলোৱা বুলিয়েই গণ্যকৰা হৈছে। এটা গৱেষণাত পোৱাগৈছে যে পৃথিৱীত প্ৰায় ৬% লোক কেৱল মদ খোৱাৰ বাবেই মৃত্যু হয়।

জিকালি বহু মহিলাই ব্যাপক ৰুপত মদ্য প্ৰাণ কৰিবলৈ লোৱা দেখাগৈছে। যাৰ বাবে তেনে মহিলাৰ প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাব পৰিছে। এনে মহিলাই অপৰিপক্ক মগজুৰ শিশু বা বিকলাংগ শিশুৰ জত্ম দিব লগা হৈছে। ইয়াৰ উপৰিও অসুস্থ সামাজিক বাতাবৰণ, যেনে- মাৰ-পিত, ঘৰুৱা অশান্তি, অত্মহত্যা আৰু বলাৎকাৰৰ নিচিনা সামাজিক অপৰাধ মদৰ কাৰণেই বাঢ়ব ধৰিছে। আৰ্থিক দন্যতাও মদ্যপ্ৰাণ কাৰক হোৱা দেখা যায়।
এজন ব্যক্তিয়ে ১ দিনত ১০ ML তকৈ যদি বেছি মদখায় তেতিয়া ১০ বছৰৰ ভিতৰত cirrhosis হব cirrhosis of the liver incurable disease । এবাৰ যদি লিভাৰ সৰ্ম্পূণৰুপে ডেমেজ হয় ১ বছৰৰ ভিতৰত ব্যক্তিজনৰ মৃত্যু হব পাৰে। 

হোমিঅপেথিক ঔষধঃ

হোমিঅপেথিক ঔষধৰ দ্বাৰা অতি সহজে মদ খোৱাৰ বদ অভ্যাস নোহোৱা কৰিব পৰা যায়। মদ্যপ্ৰাণৰ বদ অভ্যাস এৰোৱাবৰ বাবে তলত কাইতামান হোমিঅপেথিক ঔষধৰ নাম উল্লেখ কৰা হল। ব্যৱহাৰৰ ক্ষেত্ৰত অভিজ্ঞ হোমিঅ চিকিৎসকৰ কাষ চাপিবলৈ পৰামৰ্শ অগবঢ়ালো।
 
1. Caladium 200 / 2 টোপালকৈ ২ বাৰ লব পাৰে।
2. Acid SulphQ / 10 টোপালকৈ ২ বাৰ লব পাৰে।
3. Avena setQ / 20 টোপালকৈ ৪ বাৰ লব পাৰে।
4. Daphne indQ / 20টোপালকৈ ৩ বাৰ লব পাৰে।(বিড়ি-চিগাৰেট খোৱাৰ আভ্যাস থাকিলে এই দৰবে খুব ভাল কাম কৰে।)
 
 
 
5. Passiflora inc Q / Nux VomQ / KurchiQ / Argentum Nit / Arum Mur আদি দৰব সমূহ দ্বাৰা অতিসহজে মদখোৱাৰ বদ অভ্যাস নোহোৱা কৰিব পৰা যায়।
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles