Tuesday, May 14, 2024
What is Electro Homeopathy? Philosophy of Electro-Homeopathy. What is Electro? Why the name of Electro-Homeopathy? History of Electro-Homeopathy. The fundamental law of Electro-Homeopathy. DOWNLOD Pdf  
ছাত্ৰ-ছাত্ৰীৰ মগজু প্ৰখৰ কৰিবৰ বাবে কি খোৱাব ? দুৰ্বলতা, মানসিক দুশ্চিন্তা, কথা পাহৰাৰ সমস্যা দূৰ কৰক এই সমূহ খাদ্যাৰ জৰিয়তেঃ বহু সময়ত আমি দেখিবলৈ পাঁও যে শিশু আৰু ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত অভিভাৱক সকলে অভিযোগ কৰে যে, দিনটোত যথেষ্ট সময় পঢ়া...
বিহু কোন ঢালে! দৃশ্য -১ নগৰৰ আঢ্যৱন্ত লোকৰ ঘৰৰ চোতাল৷ লোৰ জপনাখনৰ ফালে পিছফালটো দি এখন বিলাসী গাড়ী৷ ডিকিটো খোলা। ডিকিত এটা “ডিজে”৷ উচ্চস্বৰত বিহুসুৰীয়া গীত বাজিছে। অদ্ভূত বেশ-ভূষাৰ চেমনীয়া ল’ৰা-ছোৱালী দুটামানে নাচৰ নামত চাৰ্কাচৰ জ’কাৰৰ দৰে হাত- ভৰি জোকাৰিছে। অলপ...
বিটৰ গুণাগুণ জানো আহকঃ শীতকালীন শাক-পাচলিৰ ভিতৰত এবিধ অনন্য হ'ল বিট। বিটত আছে কেলচিয়াম, আইৰণ, জিঙ্ক, পটাচিয়াম, চডিয়াম, ফলেট আদি উপাদান। বিটৰ বহুতো গুৰুত্বপূৰ্ণ গুণৰ দুটামান জানো আহকচোনঃ আজিকালি ঘৰে ঘৰে উচ্চ ৰক্তচাপ থকা ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈছে। বিটৰ ৰসে উচ্চ...
উচ্চ ৰক্তচাপৰ বিষয়ে কিছু জানিবলগীয়া কথা ৰক্তচাপ বেছি সময় ধৰি বৃদ্ধি হৈ থাকিলে (উচ্চ ৰক্তচাপ) ৰক্তবাহী নলীৰ বিস্তৰ ক্ষতিসাধন হ’ব পাৰে। এই ক্ষয়-ক্ষতিৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হোৱাৰ আশংকা থাকে। তাৰে কিছুমানে জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিবও পাৰে। সেইবিলাকৰ...
কেন্সাৰৰ সন্দেহজনক লক্ষণ আৰু কাৰক কৰ্কট ৰোগৰ চিকিৎসাৰ ফলাফল নিৰ্ভৰ কৰে ৰোগৰ অগ্ৰগতিৰ ওপৰত। ৰোগ আৰম্ভণিতে ধৰা পেলাই চিকিৎসা কৰিলে নিৰাময় কৰাৰ সম্ভৱ। সেয়েহে ৰোগ আৰম্ভণিতে নিৰ্ণয় কৰোটো অত্যন্ত আৱশ্যক। সেই কাৰণে কোনো ব্যক্তিয়ে সামান্য সন্দেহ হ’লেই বা তলত উল্লেখ...
দুজন মানুহ : আপুনি কোনজন হ’ব খোজে ডাঃ এড্রিয়েন প্রূষ্ট আছিল ঊনৈশ শতিকাৰ ফ্রান্সৰ এজন বিখ্যাত চিকিৎসক। বিপুল ধন-সম্পত্তি আৰু খ্যাতিৰ গৰাকী ডাঃ প্রূষ্টৰ দুজন পুত্র সন্তান, মার্চেল আৰু ৰবার্ট। ৰবার্ট যদিও মার্চেলতকৈ দুবছৰে সৰু, তথাপি তেওঁৰ চিনাকিটোকে প্রথমে দি লওঁ।...
 ঔটেঙা ডায়েবেটিছ ৰোগত বৰ উপকাৰী বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে  ব্লাড ছুগাৰ  নিয়ন্ত্ৰন  ঔটেঙাই অত্যন্ত উপকাৰী। গৱেষনাৰ তথ্য অনুসৰি ঔটেঙাই ব্লাড চুগাৰ নিয়ন্ত্ৰনৰ লগতে শৰীৰৰ বেয়া চৰ্বি ট্ৰাইগ্লিচাৰাইড, কলেষ্টেৰেল নিয়ন্ত্ৰন কৰি উচ্চ ৰক্তচাপ নিৰাময় কৰাতো সহায় কৰে। ঔটেঙাই আমাৰ...
কৰনাৰ ঘৰুৱা চিকিৎসা দুদিনমানৰ আগতে আপুনি ওচৰৰ এঘৰলৈ গৈছিল। সেই ব্যক্তিজনৰ কাৰ্যালয়ত আজি এজনৰ দেহত COVID ধৰা পৰিছে। কথাটো আপোনাৰ কাণত পৰা পিছৰে পৰা আপোনাৰ গাটো জ্বৰ হোৱা নিচিনা লাগি আছে, মূৰটো বিষ যেন অনুভৱ হৈছে। মনত এটা দুঃচিন্তা। আপোনাৰ...
⇒ গাইনেকোমেষ্টিয়া কি?  ⇒ গাইনেকোমেষ্টিয়া কিয় হয়? ⇒ গাইনেকোমেষ্টিয়া হলে কেনেধৰণৰ     লক্ষণ প্ৰকাশ পায়? ⇒ ইয়াৰ পৰা কেন্সাৰ হব পাৰেনেকি? গাইনেকোমেষ্টিয়া স্তনৰ আকাৰ ডাঙৰহৈ ৰোগীক লাজত পেলোৱাৰ ওপৰিও কেতিয়াবা সাময়িক ভাবে বিষ অনুভৱ কৰা, স্তনৰ আগভাগত বা নিপলেদি গাখীৰৰ দৰে পদাৰ্থ বা কেতিয়াবা সামান্য ৰক্তমিশ্ৰিত...

Recent Posts