Homeসাংস্কৃতিক
সাংস্কৃতিক
সাংস্কৃতিক
১৯ ছেপ্টেম্বৰ — সাগৰৰ তলিত কলিজাটো হেৰালে
১৯ ছেপ্টেম্বৰ — সাগৰৰ তলিত কলিজাটো হেৰালে১৯ ছেপ্টেম্বৰ—
অসমৰ আকাশত সিদিনা
সূৰ্যটো হেৰাইছিল,
ব্ৰহ্মপুত্ৰৰ বুকুৱেদি
আসমীয়াৰ চকুৰপানীৰ ঢল বৈছিল।ছিংগাপুৰৰ নীলা সাগৰে
সেইদিনা জুবিন গাৰ্গ নামৰ
অসমৰ সূৰ্যটোক
বুকুত সামৰি লৈছিল ।জুবিনদা...
সাংস্কৃতিক
জুবিনদাৰ চিতাৰ জুই জ্বলিছিল আজি সোনাপুৰত
জুবিনদাৰ চিতাৰ জুই জ্বলিছিল আজি সোনাপুৰত(23 অক্টোবৰ ২০২৫)সেই জুই নুমুৱা নাইএবছৰ পাৰ হ’ল…
কিন্তু আজিও
অসমৰ আকাশত এটা কণ্ঠৰ প্ৰতিধ্বনি শুনা যায়—
“জুবিন…”আজিৰ দিনটো আহিলেই
কিয় জানো
ব্ৰহ্মপুত্ৰখন গধুৰ...
সাংস্কৃতিক
কৈৱৰ্তসকল—নদীৰ বুকুৰ পৰা ইতিহাসৰ সিংহাসনলৈ ইতিহাসৰ পাতত উপেক্ষিত এক শক্তিশালী জাতিৰ সন্ধান
কৈৱৰ্তসকল—নদীৰ বুকুৰ পৰা ইতিহাসৰ সিংহাসনলৈ
ইতিহাসৰ পাতত উপেক্ষিত এক শক্তিশালী জাতিৰ সন্ধান
ডাঃ হৰিকান্ত দাস
MD(CH), BEMS, DHPsc, BNYS(Pursuing) — ড॰ হৰিছ হোমিঅ' আৰু ফিজিঅ'থেৰাপি ক্লিনিক,...
সাংস্কৃতিক
তোমাৰ নামেৰে এটা ৰাতি
তোমাৰ নামেৰে এটা ৰাতিতুমি আহিলা বতাহ হৈ,
মই তেতিয়া নাছিলোঁ—
ৰিক্ত আছিল সকলো।তুমি ক’লা—
“মই তোমাৰ ৰাতিৰ শেষ তৰা।”
মই ক’লোঁ—
“তেন্তে মই তোমাৰ পুৱাৰ প্ৰথম চৰাই।”আমি দুয়ো মিলি
এটা...
সাংস্কৃতিক
প্ৰকৃতিৰ গোচৰ
প্ৰকৃতিৰ গোচৰনেপালৰ পাহাৰত আজি
কেৱল বান নমা নাই—
নামি আহিছে
মানুহৰ অহংকাৰৰ ওপৰত
প্ৰকৃতিৰ এক নিৰৱ অভিমান।কিমান মানুহ গ'ল—
কোনোবাই জানে সংখ্যাৰে,
কিন্তু কোনে গণিব
ভাঙি পৰা সপোনবোৰৰ সংখ্যা?
কোনোবাই জানে মৃত্যুৰ...

