Homeসাংস্কৃতিক
সাংস্কৃতিক
সাংস্কৃতিক
কবিতা
জুই জ্বলে…উমি উমি জুই জ্বলে—তোমাৰ দুচকুৰ গভীৰ নীলিমাত,য’ত শব্দবোৰেকথা ক’বলৈ পাহৰি যায়,আৰু এপলক চাৱনিয়েইগাই যায় নিলিখা কবিতা এটা।তুমাৰ পলক চাৱনীত—মোৰ বুকুৰ কোনোবা অচিন কোণতনিদ্ৰাত...
সাংস্কৃতিক
কবিতা
কবিতা
মোৰ প্ৰিয় নাৰী তুমি!
জানো তোমাৰ চহৰত
হাজাৰ চন্তৰী!
তোমাৰ ভালপোৱাৰ নিৰ্যাস বিছাৰি
তোমাৰ নিষিদ্ধ চহৰত প্ৰবেশ কৰা
মই অবৈধ নাগৰীক!
তোমাৰ নয়নাভিৰাম চহৰৰ সৌন্দৰ্যই
বলীয়া কৰে মোক!
মই উম্মাদ হওঁ!
তোমাৰ ঘন...
সাংস্কৃতিক
বিহু বিষয়
বিহু কোন ঢালে!
দৃশ্য -১নগৰৰ আঢ্যৱন্ত লোকৰ ঘৰৰ চোতাল৷ লোৰ জপনাখনৰ ফালে পিছফালটো দি এখন বিলাসী গাড়ী৷ ডিকিটো খোলা। ডিকিত এটা “ডিজে”৷ উচ্চস্বৰত বিহুসুৰীয়া গীত...
সাংস্কৃতিক
সতী ৰাধিকা আৰু টেম্বুৱনী জানৰ বান্ধ
টেম্বুৱনী জানৰ বান্ধ আৰু শান্তীসতী ৰাধিকাবৰদোৱাৰ বাসীন্দা সকলৰ মিনতিত গুৰু শঙ্কৰদেৱে বাৰিষা কালত টেম্বুৱানী জানত বান্ধ এটা দিয়াৰ পৰিকল্পনা কৰিলে৷ যিহেতু সেই জানটোৰ সোঁতে...
সাংস্কৃতিক
শ্ৰীমন্ত শঙ্কৰদেৱ মানুহৰ পূৰ্ণ সংস্কৃতিৰ প্ৰতীক
শ্ৰীমন্ত শঙ্কৰদেৱ মানুহৰ পূৰ্ণ সংস্কৃতিৰ প্ৰতীক‘মহাপুৰুষ(শঙ্কৰদেৱ) এজন বিশিষ্ট শিল্পী আছিল, একেজন পুৰুষতে ইমান শিল্পৰ প্ৰাচুৰ্য দেখি স্তম্ভিত হ'ব লাগে। তেওঁ গীত, বৰগীত ৰচনা কৰিছিল,...

