কৰনাৰ পৰা বাচিবলৈ কি কি খাদ্য খাব

কৰনাৰ পৰা বাচিবলৈ খাবলগীয়া খাদ্য

যিকোনো ভাইৰাছ বা বেক্টেৰিয়া পৰা বাচিবলৈ আমাৰ দেহৰ প্ৰতিৰোধ ক্ষমতা সবল হোৱা প্ৰয়োজন। এই প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ আমাৰ শৰীৰৰ কিছুমান ভিটামিন প্ৰয়োজন। এই ভিটামিন বোৰ হল এ, চি, ডি, জিংক আদি।

corona
Coronavirus
কৰোনাৰ পৰা বাচিবলৈ কিছুমান ভিটামিন খোৱাটো জৰুৰী। এই ভিটামিনবোৰ থকা কিছুমান খাদ্য আমাৰ ওচৰতে সহজে যোগাৰ কৰিব পাৰি। ইয়াৰে চমু আভাস দিব চেষ্টা কৰিছোঁ।

ভিটামিন এ:

গাজৰ,ব্রকলি, জামুক, আঙুৰ, আম, পালেং,ঘিউ, আলু, মাংস, কণী, মাখন,তৰমুজ, অমিতা, মাছ ,এভকাডো।

ভিটামিন চি:

নেমু, আমলখি,বিলাহী, কেঁচা জলকীয়া , কমলা, পালেং, ডালিম, অমিতা, মাটিকঁঠাল

ভিটামিন ডি:

মাছ, গাখীৰ, কমলা, কণী, ঘিউ, মাংস, মাখন।
ভিটামিন ই:
বাদাম,জলফাই, মিঠা আলু,সূৰ্যমুখী তেল,পালেং,সৰিয়হ তেল,আম, বিলাহী, অমিতা।
ভিটামিন বি6:
গাখীৰ, গাজৰ, পালেং, কণী, মিঠা আলু,কবি।
জিংক:
ৰঙালাও গুটি,দালি, ঘেঁহু,তিল,কাঠফুলা,বাদাম, মাংস, কফি, ৰৌ মাছ, কুকুৰা মাংস,ঘিউ।
এতিয়া ফলমূল খোৱাৰ বতৰ। এই সময়ত আম, কঁঠাল, পনিয়ল, জামুক, মাটিকঁঠাল আদি খোৱাৰ বতৰ।খাদ্যৰ লগত ফলমূল,শাক- পাচলি বেছিকৈ খাই থাকিলে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা ভালেই থাকিব।ধন্যবাদ।
ডাঃ হীৰেন গগৈ
ডিব্ৰুগড়
Whatsapp 8472049735
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles