ভিটামিন চি কত কিমান পোৱা যায়

0
ভিটামিন চি কত কিমান পোৱা যায়

ভিটামিন চি কত কিমান পোৱা যায়

ভিটামিন-চি
ভিটামিন-চি

আমাৰ শৰীৰক পুষ্টিযোগানৰ বাবে ভিটামিন অত্যাৱস্যকীয়। বিভিন্ন ৰোগৰ পৰা মুক্ত কৰি শৰীৰটোক নিৰোগী কৰি ৰাখিবৰ বাবে অন্যান্য ভিটামিন সমূহৰ লগতে প্ৰয়োজন হয় ভিটামিন-চি।
এজন প্ৰাপ্ত বয়স্কৰ ব্যক্তিক দৈনিক ৫০ মিলি গ্ৰাম ভিটামিন-চি প্ৰয়োজন হয়। শিশুক ৩০-৫০ মিলি গ্ৰাম আৰু পসুতি মাতৃক ৮০ মিলি গ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয়।

        প্ৰাকৃতিক ভাবে কত কিমান চি ভিটামিন পোৱাযায় জানো আহক।

ভিটামিন চি যুক্ত ফল মূল

(১) প্ৰতি ১০০ গ্ৰাম আমলখিত-৬০০ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(২) প্ৰতি ১০০ গ্ৰাম নেমুটেঙাত -৬৩ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৩) প্ৰতি ১০০ গ্ৰাম মধুৰিয়ামত – ২০০ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৪) প্ৰতি ১০০ গ্ৰাম বিলাহীত – ২৫-২৭  মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৫) প্ৰতি ১০০ গ্ৰাম সুমথিৰাত  -৩০ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।

ভিটামিন চি যুক্ত শাক-পাচলি

(১) প্ৰতি১০০ গ্ৰাম লাইশাকত-২৮ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(২) প্ৰতি ১০০ গ্ৰাম বন্ধাকবিত -১২৫ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৩) প্ৰতি ১০০ গ্ৰাম ফুলকবিত -৫৫ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৪) প্ৰতি ১০০ গ্ৰাম বেঙেনাত -১০-১২মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৫) প্ৰতি ১০০ গ্ৰাম পিয়াঁজচত -১০ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৬) প্ৰতি ১০০ গ্ৰাম মূলাত ১৫ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৭) প্ৰতি ১০০ গ্ৰাম আলুত -১৫-১৭ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(গ) প্ৰতি ১০০ গ্ৰাম গাজ ওলোৱা মাহজাতীয় শস্যত ১৫-১৬ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here