কবিতা
সাংস্কৃতিক
তোমাৰ নামেৰে এটা ৰাতি
তোমাৰ নামেৰে এটা ৰাতিতুমি আহিলা বতাহ হৈ,
মই তেতিয়া নাছিলোঁ—
ৰিক্ত আছিল সকলো।তুমি ক’লা—
“মই তোমাৰ ৰাতিৰ শেষ তৰা।”
মই ক’লোঁ—
“তেন্তে মই তোমাৰ পুৱাৰ প্ৰথম চৰাই।”আমি দুয়ো মিলি
এটা...
সাংস্কৃতিক
কবিতা
কবিতা
মোৰ প্ৰিয় নাৰী তুমি!
জানো তোমাৰ চহৰত
হাজাৰ চন্তৰী!
তোমাৰ ভালপোৱাৰ নিৰ্যাস বিছাৰি
তোমাৰ নিষিদ্ধ চহৰত প্ৰবেশ কৰা
মই অবৈধ নাগৰীক!
তোমাৰ নয়নাভিৰাম চহৰৰ সৌন্দৰ্যই
বলীয়া কৰে মোক!
মই উম্মাদ হওঁ!
তোমাৰ ঘন...


