অসমীয়া কবিতা
সাংস্কৃতিক
প্ৰকৃতিৰ গোচৰ
প্ৰকৃতিৰ গোচৰনেপালৰ পাহাৰত আজি
কেৱল বান নমা নাই—
নামি আহিছে
মানুহৰ অহংকাৰৰ ওপৰত
প্ৰকৃতিৰ এক নিৰৱ অভিমান।কিমান মানুহ গ'ল—
কোনোবাই জানে সংখ্যাৰে,
কিন্তু কোনে গণিব
ভাঙি পৰা সপোনবোৰৰ সংখ্যা?
কোনোবাই জানে মৃত্যুৰ...
সাংস্কৃতিক
কবিতা
জুই জ্বলে…উমি উমি জুই জ্বলে—তোমাৰ দুচকুৰ গভীৰ নীলিমাত,য’ত শব্দবোৰেকথা ক’বলৈ পাহৰি যায়,আৰু এপলক চাৱনিয়েইগাই যায় নিলিখা কবিতা এটা।তুমাৰ পলক চাৱনীত—মোৰ বুকুৰ কোনোবা অচিন কোণতনিদ্ৰাত...
সামাজিক বিষয় আৰু সমস্যা
কেনে আছা নীলাঞ্জনা
কেনে আছা নীলাঞ্জনাকবিতা
কৃষ্ণচুড়া আকৌ ফুলিছে নীলাঞ্জনা
বট, আহঁতৰ পাতবোৰে
দোৰোল খাই পৰিছে পথৰ দুয়োকাষে।
একেই বসন্ত
একেই বৰষাৰ আগমি
কেনে?
কেনে আছা তুমি?
একেই আছেনে তোমাৰ চহৰ
পুৰণি প্ৰেমিকৰ স'তে আলাপ
কাকংকান ঘাটৰ
সেই...


