Sunday, May 19, 2024
ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease) লিভাৰ বা যকৃত হ'ল আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। ই আমাৰ শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পাদন কৰে, তাৰ ভিতৰত উল্লেখযোগ্য হ'ল আমি খোৱা খাদ্যৰ পৰা পোৱা চৰ্বী, কাৰ্বহাইড্ৰেট, প্ৰটিন, খনিজ লবণ আদিৰ বিপাক ক্ৰিয়া...
উচ্চ ৰক্তচাপৰ বিষয়ে কিছু জানিবলগীয়া কথা ৰক্তচাপ বেছি সময় ধৰি বৃদ্ধি হৈ থাকিলে (উচ্চ ৰক্তচাপ) ৰক্তবাহী নলীৰ বিস্তৰ ক্ষতিসাধন হ’ব পাৰে। এই ক্ষয়-ক্ষতিৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হোৱাৰ আশংকা থাকে। তাৰে কিছুমানে জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিবও পাৰে। সেইবিলাকৰ...
  প্ৰস্ৰাৱৰ সংক্ৰমণ (urine infection) হ’লে কেনেকৈ জানিব ? 1) প্ৰস্ৰাৱৰ জ্বলাপোৰা কৰাৰ লগতে ঘনাই খুব জোৰেৰে প্ৰস্ৰাৱ লগিব। 2) প্ৰস্ৰাৱত অত্যন্ত কষ্ট হোৱাৰ লগতে প্ৰস্ৰাৱ কম পৰিমাণে হোৱা। 3) তলপেটত সঘনাই বিষ বিষ হোৱা। 4) ঘোলা, গেডযুক্ত, তেজযুক্ত বা ঘোৰাৰ প্ৰস্ৰাৱৰ দৰে উগ্ৰ...
বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষত মানুহৰ মৃত্যুৰ অন্য এক কাৰণ হ'ল যকৃত (লিভাৰ)ৰ ৰোগ। ভাৰত বৰ্ষত প্ৰতি পাচ জন ব্যক্তিৰ ভিতৰত এজনৰ যকৃতৰ সমস্যা থাকে। ইয়াৰ কাৰণ হ'ল জীৱন যাত্ৰাৰ কিছুমান বদ অভ্যাস আৰু সঠিকভাৱে খাদ্য গ্ৰহণ নকৰা। আমি শৰীৰটো...
১) ডালিম খোৱাৰ সঠিক সময়। ২) ডালিম কেনেকৈ খাব। ৩) ডালিম খোৱাৰ পিছত কেনেধৰণৰ     খাদ্য খোৱা অনুচিত। ৪) ডালিমৰ স্বাস্থ্য উপকাৰিতা। ডালিম কেতিয়া, কেনেকৈ খাব ? ডালিমৰ স্বাস্থ্য উপকাৰিতাঃ বতৰৰ সকলো সময়তে উপলব্ধ এইবিধ ফল ডালিম। পৌৰাণিক আয়ুৰ্বেদত অনুসৰি নিয়মিত ডালিম খালে...
নিমখে নষ্ট কৰিব আপোনাৰ কিডনি আমাৰ দৈনন্দিন খাদ্য তালিকাত নিমখ এক অপৰিহাৰ্য উপাদান। যি খাদ্যই নহওক কিয় নিমখৰ অবিহনে যেন সকলোবোৰ অসম্পূৰ্ণ। কিন্তু আপোনি জানেনে যে অত্যধিক নিমখ সেৱনে আপোনাৰ কিডনিৰ গুৰুতৰ ক্ষতি কৰি কিডনি ফেলৰ সমস্যা উৎপন্ন কৰিব পাৰে?...
ভটামিন B - 12 ১) ভিটামিন B - 12 ৰ অভাৱত কি হব পাৰে ? ২) ভিটামিন B - 12 ৰ অভাৱ কিয় হয় ? ৩) ভিচামিন B - 12 ৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কেনেকোৱা ধৰণৰ সাৱধানতা...
কেলচিয়ামৰ অভাবত শৰীৰত কি কি সমস্যা হব পাৰে? ⇒ কেলচিয়াম কমাৰ লক্ষণ- ⇒ কেলচিয়ামৰ অভাৱৰ বাবে শৰীৰত কি সমস্যাই দেখাদিব পাৰে ? ⇒ কেলচিয়াম কি কাৰণত কমিব পাৰে ? ⇒ কেনেধৰণৰ ঘৰুৱা উপায়েৰে বা কেনে ধৰণৰ খাদ্য...
কিডনিৰ বাবে উপকাৰী ৭ বিধ খাদ্যঃ মানৱ দেহৰ মগজু, হৃদপিণ্ড যিদৰে গুৰুত্বপূৰ্ণ অংগ ঠিক তেনেদৰে কিডনিও অতি গুৰুত্বপুৰ্ণ অংগ। কিডনি দুটাৰ অবিহনে মানুহ জীয়াই থকা অসম্ভৱ। কিডনিয়ে শৰীৰৰ অতিৰিক্ত পানী আৰু ক্ষতিকাৰক টক্সিন প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰ কৰাৰ লগতে আমাৰ শৰীৰৰত থকা ইলেক্ট্ৰোলাইট...
ওজন কমাবৰ বাবে ১২০০ কেলৰিৰ বিশেষ ডাইট প্ৰৰ্ণালীঃ বৰ্তমান সময়ত অতি ব্যাপক ভাবে দেখা দিয়া এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা হল শৰীৰৰ ওজন বৃদ্ধি বা মেদ বহুলতা। আমাৰ ওজনৰ মাত্ৰা সদায় একে নাথাকে, কেতিয়াবা বাঢ়ি যায়। ওজন বঢ়াৰ লগে লগে কমাবলৈ...

Recent Posts