টাইফযেড বা টাইফয়েড জ্বৰ এক সংক্ৰামকৰোগ। চালমোনেলা টাইফি নামৰ এক ধৰনৰ বেক্টেৰীয়াৰ সংক্ৰামনৰ দ্বাৰা এই ৰোগ হয়। সাধাৰনতে প্ৰদূষিত পৰিৱেশ, দূষিত পানী, দূষিত খাদ্যৰ মাধ্যমৰে এই ৰোগৰ জীৱানু সংক্ৰামন ঘটে। অন্যহাতে এই ৰোগৰ দ্বাৰা গ্ৰচিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলেও এই ৰোগ হব পাৰে। যদি লেতেৰা পানী বা খাদ্য অথবা আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শত এই ৰোগৰ বিজানু অন্য সুস্থ্য ব্যক্তিৰ দেহত প্ৰৱেশ কৰে তেনেহলে সেই সুস্থ্য ব্যক্তিজনৰ ১ ৰ পৰা ৩ সপ্তাহ ভিতৰত এই ৰগৰ লক্ষন প্ৰকাশ পাব পাৰে। এই ৰোগৰ প্ৰধান লক্ষন সমূহৰ ভিতৰত হল – জ্বৰ, মাথাৰ বিষ, বুকুৰ ওপৰত গুলপীয়া ৰঙৰ ডাগ পৰা, লিভাৰ ডাঙৰ হোৱা, প্লিহা ডাঙৰ হৈ যোৱা, পেটৰ বিষ, বদহজম, ডায়েৰিয়া, কুষ্ঠকাঠিন্য আদি।
টাইফয়েড জ্বৰৰ চিকিৎসা
324
0
Previous article
Next article