নিমৰ পাতে কৰোনা ভাইৰাচ প্ৰতিৰোধ কৰে

নিমৰ পাতে কৰোনা ভাইৰাচ প্ৰতিৰোধ কৰেঃ

neem-pat
neem

বৰ্তমান সময়ত  জীৱকুললৈ কালঅমানিষা নমাই আনিছে ক’ৰ’ণা মহামাৰীয়ে সেয়েহে প্ৰত্যেকেই শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা  বৃদ্ধি কৰাৰ লগতে সজাগ আৰু সচেতনটা অৱলম্বন কৰাটো সুওবেই দৰকাৰ সেয়েহে প্ৰণঘাটি ভাইৰাছৰ পৰা বাছি থাকিবৰ বাবে ব্যৱহাৰ কৰা অন্যান্য দৰবৰ লগতে প্ৰাকৃতিক ভাৱে উপলব্ধ নিমপাতেও এই ভাইৰাছৰ বিজানুৰ পৰা মুক্ত কৰিব পাৰি।

নিম পাতৰ ঔষধী গুণঃ

নিমত আছে বহু অবিশ্বাস্য উপকাৰীতা। ভাইৰাছ বা বেক্টেৰীয়া নাশ কৰাত নিম যথেষ্ট কাৰ্যকৰী। মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা অতুত ৰখাত নিম অত্যাধিক ফলপ্ৰসু  তথা উত্তম ঔষধী।

শৰীৰৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত নিমপাতৰ উপকাৰীতাৰ কথা ভাষাৰে বৰ্ণনা কৰাটো অসম্ভৱ। বিশেষকৈ ঋতুপৰিৱৰ্তৰ সময়ত বঙালি সম্পদায়ৰ লোকসকলৰ ঘৰত নিমপাতৰ বিভিন্ন ধৰণৰ খাদ্যবস্তু প্ৰস্তুত কৰা দেখা যায় যেনে- নিম আৰু বেঙেনাৰে প্ৰস্তুত কৰা পিতিক। নিম পাত পূৱা খালীপেতত ছোবায় অথবা নিমপাতৰ ৰস উলিয়াই সেৱন কৰিলেও শৰীৰৰ বাবে বৰ উপকাৰী বুলি আয়ুৰ্বেদ শাস্ত্ৰই মত পোষণ কৰিছে।

 নিম পাতৰ ঔষধী গুণঃ

কটা-চিঙা, জুয়েপুৰাৰ লগতে গাৰ দুৰ্গন্ধ, ঘাঁমৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰান পাবপাৰী।ঋতু পৰিৱৰ্তনৰ সময়চোৱাত নিমপাত সেৱন কৰাটো অতি প্ৰয়োজন ঋতুপৰিৱৰ্তনৰ সময়ত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়া পৰিলক্ষিত হয়। সেয়েহে এই সময়ছোৱাত শৰীৰৰ উপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন হয়। শৰীৰটোক ঋতুজনিত ৰোগৰ সৈতে জোজিব পৰাকৈ ৰোগপ্ৰতিৰোধ ক্ষমতা বৰ্তাই ৰসাৰ ক্ষেত্ৰত নিমপাত সেৱন কৰাটো অতি প্ৰয়োজনীয়।

নিম পাতৰ ঔষধী গুণঃ

গতিকে বিভিন্ন ধৰণৰ ঔষধ ব্যৱবাৰ কৰাৰ উপৰীও এই সহজলভ্য নিমপাত ব্যৱহাৰ কৰি বিজানুৰ মুক্ত হওক আৰু শৰীৰটোক ৰোগৰ পৰা আতৰত ৰাখক।

নিম পাতৰ ঔষধী গুণঃ

১ কাপ পৰিমাণৰ নিমৰ ৰসত ৩৫ গ্ৰাম পৰ্যন্ত কেলৰি পাব পাৰি। নিমপাতৰ ৰস সেৱন কৰি ব্লাডচুগাৰ নিয়ন্ত্ৰন কৰিব পাৰি।

দৈনিক ১কাপ পৰিমাণৰ নিমৰ ৰস সেৱন কৰি ব্লাড চুগাৰ নিয়ন্ত্ৰনলৈ অনাৰ লগতে শৰীৰৰ বিভিন্ন সমস্যাৰ পৰাও পৰিত্ৰান পাব পাৰি।

 

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles