শীতকালত চালৰ যতন | কি ক্ৰীম ব্যৱহাৰ কৰিব।

শীতকালত চালৰ যতনঃ

শীতৰ আগমনৰ লগে লগে আমাৰ চালৰ বিভিন্ন সমস্যা হবলৈ ধৰে। তাৰ ভিতৰত চাল শুকান আৰু খহতা হোৱা, ওঠঁ ফটা, ভৰিৰ গুৰুহা ফটাঁ, আদি নানান সমস্য হয়। লগতে মুখত শালমন বা পিমপলচ হোৱা খৰ-খজুৱতী আদি সমস্যাও দেখাদিয়ে। চালখন যেতিয়া শুকান হয় তেতিয়া চালত খজুৱতীও বেছি হয় আৰু অত্যাধিক খজুৱতীৰ ফলত চালত ইনফেকচন হয়, চাল ৰঙা পৰে আদি সমস্যআ হয়।

শীতকালত-চালৰ-যতন
শীতকালত চালৰ যতন

        এই চালৰ সমস্যাক লৈ বহুতেই চিন্তিত হোৱা দেখিবলৈ পোৱা যায়। চালখনক সুৰক্ষিত কৰি ৰাখিবৰ বাবে বহু দামী দামী ক্ৰীম, বডিলোচন আদি ব্যৱহাৰ কৰাৰ লগতে বিউটিপাৰলাৰত গৈ বহু অৰ্থ ব্যয় কৰা পৰিলক্ষিত হয়। তাৰ পাছতো কিন্তু চালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম নহয়।

        শীতৰ এই সকলো সমস্যাৰ বাবে হোমিঅপেথিকৰ “sarcream” নামৰ এটা অতি ফলপসু ক্ৰীম আছে। ই অত্যন্ত ফলপদ বহুমুখী ক্ৰীম। ভৰি ফটা, চকুৰ গুৰিত কলা পৰা, সৰুসুৰা কটা-চিঙাৰ ঘাঁ, চানবাৰ্ণ, পিমপলচ, মুখৰ কলা দাগ আদি সকলো সমস্যাতেই এই ক্ৰীম ব্যৱহাৰ কৰিব পৰা যায়। পুৰুষ সকলে দাড়ি খুৰুৱাৰ পিছত লগাব পাৰে।

        ইয়াৰ উপৰিও আপোনালোকে মুখত হোৱা কলা দাগ গুচাবৰ বাবে HAPDEGO কোম্পানীৰ Marks Go ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। Aqua Plus ফেচৱাচেৰে মুখখন ভালদৰে ধুই এই ক্ৰীম লগাব। খুউব সোনকালে মুখৰ কলা দাগ নোহোৱা হব।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles