কৰ’না ভইৰাছ! মৃত্যৰ সংখ্যা ৩৬২ জনলৈ বৃদ্ধিঃ

কৰ’না ভইৰাছ! মৃত্যৰ সংখ্যা ৩৬২ জনলৈ বৃদ্ধিঃ

চীনত নবেল কৰ’না ভইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ক্ৰমাগত ভাবে বৃদ্ধি হৈয়ে আছে। প্ৰাণঘাতী এই ভাইৰাছত আক্ৰান্তহৈ মৃত্যু হোৱা লোকৰ সংখ্যা আজি ৩৬২ লৈ বৃদ্ধি হোৱাৰ খবৰ পোৱা গৈছে।(ৰইটাৰ্চ)।

এক তথ্য অনুসৰি এই প্ৰাণঘাটী নবেল কৰ’না ভইৰাছ অতি দ্ৰুত গতিত চিনৰ ৩১ খন প্ৰদেশলৈ বিয়পিছে আৰু ইতিমধ্যে বিশ্বৰ ২৬ খন দেশত নবেল কৰ’না ভইৰাছত আক্ৰান্ত ৰোগীক চিনাক্ৰ কৰা হৈছে।

কৰোনা-ভাইৰাচ
কৰোনাভাইৰাচ!

বিশ্ব স্বাস্থ্য সন্থাই (WHO) ইতিমধ্য বিশ্বজুৰি স্বাস্থ্যগত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে।

দেশ অনুসৰি আক্ৰান্ত আৰু মৃত্যুসংখ্যঃ

দেশ
সৰ্বমুঠ সংখ্যা
ফেব্ৰুৱাৰী ৩ আক্ৰান্তৰ সংখ্যামৃত্যুৰ সংখ্যাফেব্ৰুৱাৰী ৩ মৃত্যুআৰোগ্যসংকট জনকভূখণ্ড
চিন১৭,৩০২+৯৭৩৬২৫১২২,২৯৬এচিয়া
জাপান২০এচিয়া
থাইলেণ্ড১৯৭এচিয়া
চিংগাপুৰ১৮এচিয়া
হংকং১৫এচিয়া
দঃকোৰিয়া১৫এচিয়া
অষ্ট্ৰেলিয়া১২২অচেনিয়া
ইউ.এচ১১+২দঃ আমেৰিকা
ৰ্জামান১০ইউৰোপ
টাইৱান১০এচিয়া
ভিয়েটনাম৮+১১এচিয়া
মাকাও৮এচিয়া
মালাইচিয়া৮এচিয়া
ফ্ৰান্স৬২ইউৰোপ
ইউ.এ.ই.৫এচিয়া
কানাডা৪দঃআমেৰিকা
ভাৰত৩+১এচিয়া
ফিনিপাইন২১এচিয়া
ইটালি২ইউৰোপ
ইউ.কে২ইউৰোপ
ৰাচিয়া২ইউৰোপ
ফিনলেণ্ড১ইউৰোপ
শ্ৰীলংকা১১এচিয়া
নেপাল১এচিয়া
চুইডেন১ইউৰোপ
কম্বোডিয়া১এচিয়া
স্পেইন১ইউৰোপ
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. BNYS (Pursuing), BEMS, Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles