১৯ ছেপ্টেম্বৰ — সাগৰৰ তলিত কলিজাটো হেৰালে
সাংস্কৃতিক
১৯ ছেপ্টেম্বৰ — সাগৰৰ তলিত কলিজাটো হেৰালে
১৯ ছেপ্টেম্বৰ — সাগৰৰ তলিত কলিজাটো হেৰালে১৯ ছেপ্টেম্বৰ—
অসমৰ আকাশত সিদিনা
সূৰ্যটো হেৰাইছিল,
ব্ৰহ্মপুত্ৰৰ বুকুৱেদি
আসমীয়াৰ চকুৰপানীৰ ঢল বৈছিল।ছিংগাপুৰৰ নীলা সাগৰে
সেইদিনা জুবিন গাৰ্গ নামৰ
অসমৰ সূৰ্যটোক
বুকুত সামৰি লৈছিল ।জুবিনদা...


