কৰ’ণা ভাইৰাচত প্ৰথমজন ভাৰতীয়ৰ মৃত্যু
স্বাস্থ্য
কৰ’না ভাইৰাছত প্ৰথমজন ভাৰতীয়ৰ মৃত্যুঃ
নবেল কৰ’না ভাইৰাছত ভাৰতৰ প্ৰথমজন ব্যক্তিৰ মৃত্যুঃ
ভাৰতত নবেল কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা প্ৰথমজন ৰোগীৰ যোৱা মঙ্গলবাৰে(১৩ মাৰ্চ) মৃত্যু ঘটিছে। কৰ্ণাটকৰ কালাবুৰাগি নামৰ ৭৬ বছৰীয়া...