শৰীৰৰ গাঁঠি গাঁঠি বিষ ইউৰিক এচিডৰ সমস্যা নেকি?

আঠুঁৰ বিষ, শৰীৰৰ গাঁঠি গাঁঠি বিষ ইউৰিক এচিডৰ সমস্যা নেকি?

আঠুঁৰ বিষ, শৰীৰৰ গাঁঠি গাঁঠি বিষ ইউৰিক এচিডৰ সমস্যা নেকি?
ইউৰিক এচিড হলে কি কি খাব আৰু কি কি খাব নালাগে-

বৰ্তমান সময়ত সচৰাচৰ দেখিবলৈ পোৱা এটা সমস্যা- সমস্যাটো হল ইউৰিক এচিড বৃদ্ধি। কেতিয়াবা ভৰিৰৰ বুঢ়া আঙুলিৰ পোৰণি, বিষ, হাতৰ আঙুলি বা কিলাকুটিৰ বিষ, আঠুঁৰ বিষ, শৰীৰৰ গাঁঠি গাঁঠি বিষ আদি সমস্যাই কিছুমান মানুহক বাৰুকৈ অশান্তি দিয়া পৰিলক্ষিত হৈছে। আৰু যেতিয়া এই সমস্যাবোৰ লৈ ব্যক্তিজন ডাক্তৰৰ কাষ চাপে তেতিয়া পৰীক্ষা নিৰীক্ষা কৰা পাছত গম পোৱা যায় যে ব্যক্তিজনৰ ইউৰিক এছিডৰ সমস্যা হৈছে। অৰ্থাৎ দেহত ইউৰিক এছিডৰ পৰিমান বৃদ্ধি হৈছে।

আছলতে এই ইউৰিক এচিড নো কি?
কিয় দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হয়?
এই ইউৰিক এচিডৰ মাত্ৰা বাঢ়িলে কেনেকুৱা ধৰনৰ খাদ্য বৰ্জণ কৰিব লাগিব? 
কি কি হোমিঅপেথিক ঔষধ গ্ৰহন কৰিলে দেহত ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰিব।
সেই বিষয়েও আমি আলোচনা কৰিম।

তলৰ লিংকত ক্লিক কৰক↓⇓

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles