মদখোৱা কেনেকৈ এৰিবঃ How to leave alchohol addiction

0
alcoholism

মদখোৱা কেনেকৈ এৰিব

alchohol-addiction

ৰ্তমান সময়ত এনে বহু ব্যক্তি আছে যি নেকি নিজৰ মদ্য প্ৰাণৰ বদ অভ্যাসৰ বাবোই ঘৰ-সংসাৰৰ লগতে নিজৰ জীৱনো দুৰ্বিশহ কৰি তুলে। এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি পৃথিৱীত মৃত্যু হোৱা ১৮ জন মানুহৰ ১ জন মদখোৱাৰ বাবেই মৃত্যু হয়। পথ দূৰ্ঘটনাৰ মুখ্য কাৰণটো মদ্যপ্ৰাণ কৰি গাড়ী চলোৱা বুলিয়েই গণ্যকৰা হৈছে। এটা গৱেষণাত পোৱা গৈছে যে পৃথিৱীত প্ৰায় ৬% লোক কেৱল মদখোৱাৰ বাবেই মৃত্যু হয়।
আজিকালি বহু মহিলাই ব্যাপক ৰুপত মদ্যপ্ৰাণ কৰিবলৈ লোৱা দেখাগৈছে। যাৰ বাবে তেনে মহিলাৰ প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাব পৰিছে। এনে মহিলাই অপৰিপক্ক মগজুৰ শিশু বা বিকলাংগ শিশুৰ জন্ম দিবলগা হৈছে।ইয়াৰ উপৰিও অসুস্থ সামাজিক বাতাবৰণ, যেনে- মাৰ-পিত,ঘৰুৱা অশান্তি, অত্মহত্যা আৰু বলাৎকাৰৰ নিচিনা সামাজিক অপৰাধ মদৰ কাৰণেই বাঢ়িব ধৰিছে। আৰ্থিক দন্যতাও মদ্যপ্ৰাণ কাৰক হোৱা দেখা যায়।
এজন ব্যক্তিয়ে ১ দিনত ১০ ML তকৈ যদি বেছি মদ খায় তেতিয়া ১০ বছৰৰ ভিতৰত cirrhosis হব। cirrhosis of the liver incurable disease । এবাৰ যদি লিভাৰ সৰ্ম্পূণৰুপে ডেমেজ হয়, ১ বছৰৰ ভিতৰত ব্যক্তি জনৰ মৃত্যু হব পাৰে।

মদ এৰাৰ হোমিঅপেথিক ঔষধঃ

হোমিঅপেথিক ঔষধৰ দ্বাৰা অতি সহজে মদখোৱাৰ বদ অভ্যাস নোহোৱা কৰিব পৰা যায়। মদ্যপ্ৰাণৰ বদ আভ্যাস এৰোৱাবৰ বাবে তলত কাইটামান হোমিঅপেথিক ঔষধৰ নাম উল্লেখ কৰা হল। ব্যৱহাৰৰ ক্ষেত্ৰত অভিজ্ঞ হোমিঅ চিকিৎসকৰ কাষ চাপিবলৈ পৰামৰ্শ অগবঢ়ালো।
1. Caladium 200 / 2 টোপালকৈ ২ বাৰ লব পাৰে।
2. Acid SulphQ / 10 টোপালকৈ ২ বাৰ লব পাৰে।
3. Avena setQ / 20 টোপালকৈ ৪ বাৰ লব পাৰে।
4. Daphne indQ/ 20 টোপালকৈ ৩ বাৰ লব পাৰে। (বিড়ি-চিগাৰেট খোৱাৰ আভ্যাস থাকিলে এই দৰবে খুউব ভাল কাম কৰে।)
5. Passiflora inc Q / Nux VomQ / KurchiQ / Argentum Nit / Arum Mur আদি দৰব সমূহ দ্বাৰা অতিসহজে মদখোৱাৰ বদ অভ্যাস নোহোৱা কৰিব পৰা যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here