Dr Harikanta Das
324 POSTS
7 COMMENTS
MD (CH), Ex physiotherapists, DDRC, Lakhimpur. BNYS (Pursuing), BEMS, Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.
uncategorized
কতবিতা
🌱মিলনৰ ঋতু🌱: কি ভালপোৱা?: তোমাৰ হাঁহিৰ সেই কোমল পোহৰ—
যি পুৱাৰ প্ৰথম ৰ’দৰ দৰে
মোৰ হৃদয়ৰ শীতল, নিসংগ উপত্যকাত
লাহে লাহে নামি আহে।তোমাৰ হাঁহিয়ে অবিশ্বাসৰ পৃথিৱীক
বিশ্বাস দি...
সাংস্কৃতিক
প্ৰকৃতিৰ গোচৰ
প্ৰকৃতিৰ গোচৰনেপালৰ পাহাৰত আজি
কেৱল বান নমা নাই—
নামি আহিছে
মানুহৰ অহংকাৰৰ ওপৰত
প্ৰকৃতিৰ এক নিৰৱ অভিমান।কিমান মানুহ গ'ল—
কোনোবাই জানে সংখ্যাৰে,
কিন্তু কোনে গণিব
ভাঙি পৰা সপোনবোৰৰ সংখ্যা?
কোনোবাই জানে মৃত্যুৰ...
সাংস্কৃতিক
কবিতা
জুই জ্বলে…উমি উমি জুই জ্বলে—তোমাৰ দুচকুৰ গভীৰ নীলিমাত,য’ত শব্দবোৰেকথা ক’বলৈ পাহৰি যায়,আৰু এপলক চাৱনিয়েইগাই যায় নিলিখা কবিতা এটা।তুমাৰ পলক চাৱনীত—মোৰ বুকুৰ কোনোবা অচিন কোণতনিদ্ৰাত...
স্বাস্থ্য
লিভাৰ ভালেৰাসিবৰ বাবে খাদ্য
লিভাৰৰ স্বাস্থ্যৰ গুৰুত্ব
লিভাৰ আমাৰ শৰীৰৰ আটাইতকৈ কাৰ্যক্ষম অংগসমূহৰ ভিতৰত অন্যতম। খাদ্য প্ৰক্ৰিয়াকৰণৰ পৰা আৰম্ভ কৰি শৰীৰৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ বিষমুক্ত (detoxify) কৰালৈকে লিভাৰে গুৰুত্বপূৰ্ণ...
Dr Harikanta Das
324 POSTS
7 COMMENTS
MD (CH), Ex physiotherapists, DDRC, Lakhimpur. BNYS (Pursuing), BEMS, Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.


