তিতা কেৰেলা

0
তিতা কেৰেলা

কেৰেলা পাত

১. কেৰেলা পাত: English: Bitter gourd: Botanical: Momordica charantia:আইৰন, মেগনেচিয়াম, পতাচিয়াম, ভিটামিন C  ৰ উৎস। মধুমেহ নিয়ন্ত্ৰনত সহায় কৰে, কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ কৰে, চুলি আৰু চালৰ ৰোগ প্ৰতিৰোধ কৰে, লিভাৰৰ বিসংগতি দূৰ কৰে, শৰীৰৰ ছৰ্বি কমায়, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here